Breaking

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। কলা শাখাত শীৰ্ষত বাক্সা জিলা, বিজ্ঞান শাখাত শীৰ্ষত তামুলপুৰ জিলা; বাণিজ্য শাখাত শীৰ্ষত শিৱসাগ জিলা…

0 31

আজি পুৱা ৯ বজাত ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল-

কলা শাখাত শীৰ্ষত জিলিকিল বাক্সা জিলা, উত্তীৰ্ণৰ হাৰ ৯৭.৪৪শতাংশ।

কলা শাখাত দ্বিতীয় স্থানত নলবাৰী জিলা, উত্তীৰ্ণৰ হাৰ ৯৭.০৩শতাংশ।

কলা শাখাত উত্তীৰ্ণৰ তৃতীয় স্থানত দৰং জিলা, উত্তীৰ্ণৰ হাৰ ৯৬.৫৯শতাংশ।

বাণিজ্য শাখাত উত্তীৰ্ণৰ শীৰ্ষত শিৱসাগ জিলা, উত্তীৰ্ণৰ হাৰ ৯৭.৪২শতাংশ।

বাণিজ্য শাখাত দ্বিতীয় স্থানত বজালী জিলা, উত্তীৰ্ণৰ হাৰ ৯৬.৯১শতাংশ।

তৃতীয় স্থানত দুখন জিলা বাক্সা আৰু চৰাইদেউ, উত্তীৰ্ণৰ হাৰ ৯৫.৮৮%শতাংশ।

বিজ্ঞান শাখাত শীৰ্ষত জিলিকিল তামুলপুৰ জিলা, উত্তীৰ্ণৰ হাৰ ৯৭.৯৮ শতাংশ।

বিজ্ঞান শাখাত দ্বিতীয় স্থানত শিৱসাগৰ জিলা, উত্তীৰ্ণৰ হাৰ ৯৭.৬০ শতাংশ।

বিজ্ঞান শাখাত উত্তীৰ্ণৰ তৃতীয় স্থানত বাক্সা জিলা, উত্তীৰ্ণৰ হাৰ ৯৫.৮৬ শতাংশ।

Leave A Reply