Breaking

পুৱা ৯ বজাত আনুষ্ঠানিকভাৱে ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল…

0 23

আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।

পুৱা ৯ বজাৰ লগে লগে আনুষ্ঠানিকভাৱে ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।

ফলাফলৰ বাবে সম্পূৰ্ণ সাজু শিক্ষা সংসদ ।

ahsec.assam.gov.in আৰু resultsassam.nic.inত পাব ফলাফল।

Leave A Reply