Breaking

ধন কাঢ়ি নিয়াৰ পিছত পলাবলৈ চেষ্টা কৰি থকা অৱস্থাত ৰাইজৰ হাতত ধৰা পৰিল ডকাইত

0 58

মঙলবাৰে ৰঙিয়াত সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা।

সূত্ৰ অনুসৰি, মানস কলিতা নামৰ ডকাইতটোৱে কেছ ডিপ’জিট মেচিন (চিডিএম)ত ধন ভৰোৱাৰ সময়তে এজন হোমগাৰ্ড জোৱানৰ পৰা ৯ হাজাৰ টকাৰ ধন কাঢ়ি লৈ যায়।

গৃহৰক্ষী জোৱানজনৰ নাম সানোৱাৰ হুছেইন।

ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ গৈ থকা অৱস্থাত অঞ্চলটোৰ ৰাইজে খেদি খেদি ধৰে ডকাইতটোক।

Leave A Reply