‘উন্নত শিক্ষা ব্যৱস্থাই হৈছে প্ৰগতিশীল দেশৰ মূল মন্ত্ৰ’- এই বাণীকেই আগত ৰাখি অসমৰ আঠটা ছাত্ৰ সংগঠন একত্ৰিত হৈ “শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ অসম” নামৰ এখন মঞ্চ তৈয়াৰ হৈছিল; য’ত “আম আদমি পাৰ্টী” ৰ ভাতৃ সংগঠন CYSS অসমো সহযোগী হৈ আছে।

আজি সেই আঠটা সংগঠনৰ নেতৃত্বত লগতে CYSS ৰ সমূহ ৰাজ্যিক নেতৃত্বৰ উপস্থিতিত গুৱাহাটী চচলত “ছেবা ৰক্ষা সংকল্প” নামেৰে এক অৱস্থান ধৰ্মগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

