২০২৫ত গুৱাহাটীত স্থাপন হ’ব দ্বিতীয়খন মেডিকেল কলেজ :সদনত এই তথ্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ…

২০২৫ত গুৱাহাটীত স্থাপন হ’ব দ্বিতীয়খন মেডিকেল কলেজ। নতুন কলেজখনৰ নাম হ’ব প্ৰাগজ্যোতিষ মেডিকেল কলেজ।

বঙাইগাঁও, চৰাইদেউতো স্থাপন হ’ব নতুন মেডিকেল কলেজ। হাইলাকান্দি, গোৱালপাৰা, মাজুলীতো পৰ্যায়ক্ৰমে হ’ব মেডিকেল কলেজ।

পৰ্যায়ক্ৰমে হোজাই, ডিমা হাছাওতো স্থাপন হ’ব মেডিকেল কলেজ। সদনত এই তথ্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

Related Articles