Breaking

সফলতাৰে সম্পন্ন সূৰ্য অভিযানৰ দ্বিতীয় প্ৰক্ৰিয়া…

0 48

সফলতাৰে সম্পন্ন সূৰ্য অভিযানৰ দ্বিতীয় প্ৰক্ৰিয়া৷ ADITYA L1ৰ দ্বিতীয় Earth-bound maneuvre সম্পন্ন৷

পৃথিৱীৰ পূৰ্বৰ কক্ষপথৰ পৰা আৰু অধিক দূৰলৈ প্ৰক্ষেপ ADITYA L1ক ৷ প্ৰক্ষেপণৰ তৃতীয় পৰ্যায় আৰম্ভ হ’ব ১০ ছেপ্টেম্বৰত ৷

১০ ছেপ্টেম্বৰৰ পুৱতিনিশা ২.৩০ বজাত আৰম্ভ হ’ব এই প্ৰক্ৰিয়া৷

Leave A Reply