Breaking

মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণাঃ ৰাজ্যত উৎকৃষ্ট হ’ব লাগিব ইউনিফৰ্মৰ যোগান…

0 43

মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা।

ৰাজ্যত উৎকৃষ্ট হ’ব লাগিব ইউনিফৰ্মৰ যোগান।

ইউনিফৰ্ম যোগানত খেলিমেলি হ’লে ৰুজু হ’ব গোচৰ।

ইউনিফৰ্মৰ মান নিৰূপণৰ বাবে গঠন হ’ব কমিটী।

চলিত বৰ্ষত শিক্ষাৰ্থীয়ে পাব বিনামূলীয়া ইউনিফৰ্ম।



সদনত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Leave A Reply