Breaking

মৰিগাঁও নাইটিংগেল আৰু নিৰু বৰা নাৰ্চিং ইনষ্টিটিউটৰ GNM আৰু ANM প্ৰশিক্ষাৰ্থীৰ শপত গ্ৰহণ কাৰ্যসূচী সম্পন্ন…

0 86

মৰিগাঁও নাইটিংগেল আৰু নিৰু বৰা নাৰ্চিং ইনষ্টিটিউটৰ GNM আৰু ANM প্ৰশিক্ষাৰ্থীৰ শপত গ্ৰহণ কাৰ্য্যসূচী সম্পন্ন

মৰিগাঁও নাৰ্চিং শিক্ষা এখন অপৰাগামী প্ৰতিষ্ঠান নাইটিংগেল নাৰ্চিং ইনষ্টিটিউট মহিলা বিশেষ কৈ যুৱতী সকলৰ সমাজ সেওয়া কৰা লগতে নিজকে প্ৰতিষ্ঠা লাভ কৰা উদ্দেশ্য মৰিগাঁও নগৰ গছবাৰী সমাজ কর্মী ব্যক্তি জয়ন্ত ভৰালী নেতৃত্বত ২০১৫বৰ্ষত এটি সুন্দৰ অনুষ্ঠান আৰম্ভণি হৈছিল নাইটিংগেল নাৰ্চিং ইনষ্টিটিউট খন ।

এতিয়া লৈ বহু পৰীক্ষাৰ্থী সু,-সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজকে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা প্ৰতিষ্ঠান খনে বৰ্তমান সময়ত অসমৰ ভিতৰতে নাৰ্চিং শিক্ষা এখনি অগ্ৰগণি প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে।

আজি মৰিগাঁও অসামৰিক চিকিৎসাৰলয়ত মুঠ৮০গৰাকী GNM আৰু ANM প্ৰশিক্ষাৰ্থীৰ শপত গ্ৰহণ কৰে।

Leave A Reply