Breaking

আৰ্থিক সংকটে জুৰুলা কৰিছে শ্ৰীলঙ্কাক!

0 1,039

আৰ্থিক সংকটে জুৰুলা কৰা শ্ৰী লঙ্কাক এটাৰ পিছত এটা বিপদে আগুৰি ধৰিছে।সোমবাৰে ৰাষ্ট্ৰপতিয়ে দিয়া এক ভাষণত প্ৰধান মন্ত্ৰীয়ে ঘোষণা কৰে যে এইবাৰ শ্ৰী লঙ্কাত পেট্ৰ’লৰ নাটনি হৈছে, আৰু মাত্ৰ এদিনৰ বাবেহে মজুত আছে পেট্ৰ’ল।এই ঘোষণা শুনাৰ পিছত এতিয়া দেশৰ চাৰিওফালে তোলপাৰ লাগি উঠিছে।

কিন্তু তেওঁ দেশৰ জনতাক অস্থিৰ নহৈ শান্ত ভাৱে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কৈছে। তেওঁ বিদেশী ৰাষ্ট্ৰৰ পৰা সহায়ো বিচাৰিছে এই সন্দৰ্ভত। কিন্তু মাত্ৰ এটা দিনৰ তেল মজুত থকা বাবে শ্ৰীলঙ্কাত যান বাহনকে ধৰি বিদ্যুত উৎপাদনৰ বাবে থকা শক্তি প্ৰকল্পৰো কাম স্থবিৰ হৈ পৰিব। যাৰ ফলত অধিক বিদ্যুতৰ নাটনি হ’ব।

Leave A Reply