May 15, 2024 নলবাৰীৰ ধমধমাত বেংক বিষয়াৰ ভয়ংকৰ জালিয়াতি… Share FacebookTwitterWhatsAppTelegramKooEmail নলবাৰীৰ ধমধমাত বেংক বিষয়াৰ ভয়ংকৰ জালিয়াতি। দুটাকৈ আত্মসহায়ক গোটৰ নামত ১১ লাখৰো অধিক টকা আত্মসাৎ। ধন আত্মসাৎ কৰিয়েই বেংকটোৰ পৰা আন শাখালৈ বদলি হৈছিল কিৰণ দাস। বেংকৰ পাছবুক আপটুডেট কৰিবলৈ আহি হতবাক আত্মসহায়ক গোটৰ মহিলা। Author: দৈনন্দিন বাৰ্তা Related Articles উদীয়মান শিল্পীৰ বাবে ‘জুবিন গাৰ্গ পুঁজি’ গঠনৰ ঘোষণা ড° ৰীতা চৌধুৰীৰ দৈনন্দিন বাৰ্তা - December 14, 2025 ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দৈনন্দিন বাৰ্তা - December 13, 2025 সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ । দৈনন্দিন বাৰ্তা - December 13, 2025