কমলপুৰৰ কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এটি দূৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী

কমলপুৰ পঞ্চায়তৰ অন্তৰ্গত সোণেশ্বৰৰ বনিয়া চুবুৰীৰ কোনো চৰকাৰী আচনীয়ে ঢুকি নোপোৱা এটি দূৰ্ভগীয়া পৰিয়াল।স্বামী ঢুকুৱাৰ পিছত মিনতি বৈশ্য নামৰ মহিলাগৰাকীয়ে লোকৰ ঘৰত দিন হাজিৰা কৰি কোনোমতে তিনিজনীয়া পৰিয়ালটো পোহ পাল দি আহিছে।

ইয়াৰ পূৰ্বেও অজিত কলিতাই বহু দুখীয়া পৰিয়ালক সহায় কৰি আহিছে। মিনতিৰ পৰিয়ালেও এই ক্ষেত্ৰত কিছু সকাহ দিয়াৰ বাবে অজিত কলিতাক ধন্যবাদ জ্ঞাপন কৰিছে।এতিয়া প্ৰশ্ন হয় এনেবোৰ পৰিয়ালে যদি চৰকাৰী আচনীবোৰ ঢুকি নাপায় তেন্তে চৰকাৰে ৰূপায়ণ কৰা অভিলাষী আচনীসমূহ কোনবোৰ পৰিয়ালৰ কাৰণে।এই ক্ষেত্ৰত কমলপুৰ পঞ্চায়ত প্ৰতিনিধিৰ ভূমিকাও সন্দেহৰ আৱৰ্তত।
কমলপুৰৰ পৰা অপূৰ্ব ডেকা।

Related Articles