August 20, 2024 শৃংখল চলিহাৰ জয় ! অৱশেষত গোচৰ প্ৰত্যাহাৰ কৰিলে গৌৰৱ ছোমানীয়ে… Share FacebookTwitterWhatsAppTelegramKooEmail অৱশেষত গোচৰ প্ৰত্যাহাৰ কৰিলে গৌৰৱ ছোমানীয়ে৷ দিছপুৰ আৰক্ষীলৈ পত্ৰ লিখি গোচৰ প্ৰত্যাহাৰ গৌৰৱ ছোমানীৰ৷ ১৮ আগষ্টত শৃংখল চলিহাৰ বিৰুদ্ধে তৰিছিল গোচৰ৷ গোচৰ প্ৰত্যাহাৰ নকৰিলে আলফা(স্বাঃ)ই কঠোৰ ব্যৱস্থা লোৱাৰ দিছিল ভাবুকি৷ Author: দৈনন্দিন বাৰ্তা Related Articles Assam Assembly Election 2026: অসমত ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন দৈনন্দিন বাৰ্তা - March 15, 2026 পুনৰ বৃদ্ধি পাব টোল কৰঃ পহিলা এপ্ৰিলৰ পৰা টোল কৰ বৃদ্ধিৰ সিদ্ধান্ত দৈনন্দিন বাৰ্তা - March 14, 2026 আজি অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ অন্তিম শুনানি প্ৰক্ৰিয়া সম্পন্ন দৈনন্দিন বাৰ্তা - March 13, 2026