Breaking

যুৱ পৰিষদৰ সজাতি দলে বুজ ললে বনৰীয়া হাতীৰ বিচৰণ

0 2,014

:বোকাখাত বিধান সভা সমষ্টিৰ মহুৰামুখৰ নৈ পৰীয়া অফলা,কেমেৰী,ৰোহিতাত কেবাদিনো ধৰি মুক্ত বিচৰণ কৰা হাতীৰ জাকতো আজিও বৰবালি ঘাটৰ সমীপৰ পগলা চাপৰিত অৱস্হান কৰি আছে৷জানিব পৰা মতে দিনত চাপৰিৰ মাজত থকা এটা পুখুৰীত আত্মগোপন কৰি থাকি ৰাতি অঞ্চলতোৰ ৰাইজৰ খেতি নষ্ট কৰি আহিছে৷আজি কেইবাদিনো ধৰি উক্ত স্হানত অৱস্থান কৰি থকা হাতীৰ জাকটোৱে খেতি অনিষ্ট কৰা অফলা,ৰোহিতা আৰু কেমেৰীৰ ৰাইজৰ স’তে মত বিনিময় কৰে অসম গণ পৰিষদৰ বোকাখাত বিধান বিধান সভাৰ যুৱ পৰিষদৰ সভাপতি দিম্পল ঢেকীয়াল ফুকনৰ সাধাৰণ সম্পাদক বিজয় লইংৰ লগতে এটা সজাতি দলে৷ক্ষতিগ্ৰস্ত তিনিওখন গাওঁ পৰিদৰ্শন কৰি ৰাইজৰ স’তে মত বিনিময়ৰ লগতে গাওঁৰ ৰাইজে হাতী খেদাৰ সুবিধা হোৱাকৈ টৰ্চ লাইট,ফটকা আদি ৰাইজক প্ৰদান কৰে৷(হাতী জাকৰ ফটো আৰু যুৱ পৰিষদৰ সজাতি দলৰ ফটো মেইল কৰা আছে৷)

Leave A Reply