Breaking

দেৰগাঁৱৰ যুৱক মাধুৰ্য্য বৰাৰ মহনুভৱতা…

0 95

দেৰগাঁৱৰ এজন যুৱকৰ মহানুভৱতাই সচাকৈয়ে অন্তৰ চুই যাব আপোনাৰ । দৰিদ্ৰ লোকক সহায় কৰিবলৈ ওলাই আহিল এজন যুৱক। যুৱক জনৰ গোলাঘাট জিলাৰ অন্তৰ্গত দেৰগাঁৱৰ মাধুৰ্য বৰা l তেওঁ দেৰগাওঁৰ পদপথত ফটা বস্ত্ৰ পিন্ধি এমুঠি অন্নৰ বাবে ঘূৰি ফুৰা মানসিক ভাৱে বিকাৰগ্ৰস্ত এগৰাকী মহিলাক দিলে এসাজ অন্ন আৰু বস্ত্ৰ।

এগৰাকী মহিলাৰ বাবে লজ্জাই জীৱনৰ ডাঙৰ সম্পদ সেয়ে লজ্জা নিবাৰণৰ বাবে এসাজ বস্ত্ৰৰ যোগাৰ কৰি দিয়ে মাধুৰ্য্য বৰাই। দৰিদ্ৰক সহায় কৰি ভাল পোৱা মাধুৰ্য এতিয়া হৈ পৰিছে সকলোৰে প্ৰশংসা পাত্ৰ ।

ৰঙামাটিৰ পৰা দিব্য জ্যোতি কাকতিৰ প্ৰতিবেদন

Leave A Reply