মৰিগাঁও নেলীৰ পলাশগুৰীত ভয়ংকৰ বাছ দুৰ্ঘটনা

মৰিগাঁও জিলাৰ নেলীৰ পলাশগুৰীৰ সমীপত যোৰহাটৰ পৰা আহি থকা এখন যাত্ৰীবাহী চুপাৰ বাছ দুৰ্ঘটনাত পতিত হয়,


গুৱাহাটীৰ অভিমুখে আহি থকা বাছ খনত প্ৰায় ৪০ ৰো অধিক যাত্ৰী আছিল যদিও কথমপি প্ৰান ৰক্ষা পৰে দুৰ্ঘটনাটোত ৷

AS 01 KC 7701নম্বৰৰ বাছখনে এখন ব্ৰিজৰ ডিভাইদাৰত অনিয়ন্ত্ৰণ হৈ খুণ্ডা মাৰে আৰু বাছখন আগৰ খণ্ডটো সম্পূৰ্ণ ৰূপত চুৰ্ণ বিচিন্ন হৈ যায় আৰু আগফালৰ এখন দৰ্জা সম্পূৰ্ণ ৰূপে খুলি গৈ দ সাউত পৰে৷


উক্ত ঘটনাক লৈ নেলীৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷

উক্ত দুৰ্ঘটনাত বৰ্তমানলৈ কোনো ব্যক্তি হতাহত হোৱা নাই বুলি খবৰ আহি পৰিছে ৷

Related Articles