লখিমপুৰৰ খেলমাটি আৰক্ষী চকীত আচামীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি…

আচামীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত লখিমপুৰৰ খেলমাটি আৰক্ষী চকী। প্ৰতিবাদকাৰী-আৰক্ষীৰ হতাহতি। আৰক্ষীলৈ শিলগুটি নিক্ষেপ প্ৰতিবাদকাৰীৰ।

আৰক্ষীৰ গাড়ী ভাঙি চূৰমাৰ প্ৰতিবাদকাৰীৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ শূন্যলৈ গুলীচালনা। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ লাঠিচাৰ্জ আৰক্ষীৰ।

কেইবাজনো প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ। ঘটনাত আহত লখিমপুৰৰ ফটো সাংবাদিক চিৰঞ্জীৱ শইকীয়া।

Related Articles