December 12, 2023 কাছাৰৰ কাটিগড়াত চলিছে ৰঙা মাটিৰ ক’লা বেহা… Share FacebookTwitterWhatsAppTelegramKooEmail বৰাকত আৰম্ভ ৰঙামাটিৰ ছিণ্ডিকেট। কাছাৰৰ কাটিগড়াত চলিছে ৰঙা মাটিৰ ক’লা বেহা। পাহাৰ কাটি তহিলং কৰি ট্ৰাকে ট্ৰাকে মাটি সৰবৰাহ ভূ-মাফিয়াৰ। ভূ-মাফিয়াৰ তাণ্ডৱত সংকটত বন্যপ্ৰাণী। Author: দৈনন্দিন বাৰ্তা Related Articles কংগ্ৰেছ বিজেপিৰ ‘এ-প্লাছ দল’: মুখ্যমন্ত্ৰীৰ পৰা ধন লোৱাৰ প্ৰমাণ আছে বুলি বিস্ফোৰক অভিযোগ আজমলৰ । দৈনন্দিন বাৰ্তা - December 18, 2025 গৰিমা শইকীয়া গাৰ্গক লৈ চলোৱা অপপ্ৰচাৰক কঠোৰ ভাষাৰে নিন্দা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । CM ASSAM দৈনন্দিন বাৰ্তা - December 18, 2025 ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, নতুন বছৰৰ পূৰ্বে ৰাইজক দিব বিশেষ উপহাৰ । Narendra Modi দৈনন্দিন বাৰ্তা - December 16, 2025