April 1, 2024 ঢকুৱাখনাত জলাশয়, বিল আৰু নদীত থলুৱা মাছ ধৰাত নিষেধাজ্ঞা… Share FacebookTwitterWhatsAppTelegramKooEmail ঢকুৱাখনাত থলুৱা মাছ ধৰাত নিষেধাজ্ঞা। ১ এপ্ৰিল-১৫ জুলাইলৈ ১৪৪ ধাৰা জাৰি। মাছৰ প্ৰজননৰ এই সময়ছোৱাত জলাশয়, বিল আৰু নদীত বিভিন্ন প্ৰজাতিৰ থলুৱা মাছ ধৰা আৰু বিক্ৰী কৰাত নিষেধাজ্ঞা প্ৰশাসনৰ। Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰত আৰু ৰাছিয়াই সামুদ্ৰিক চুক্তি সম্পাদন কৰি নতুন বাণিজ্য পথসমূহক ত্বৰান্বিত । দৈনন্দিন বাৰ্তা - December 5, 2025 নগাঁও – বটদ্ৰৱা সমষ্টিৰ বিভিন্ন পঞ্চায়তত চাৰিদিনত ৫৩ টা পথৰ আধাৰশিলা স্থাপনৰ পদক্ষেপ বিধায়ক ৰূপক শর্মাৰ । Rupak Sarmah , MLA দৈনন্দিন বাৰ্তা - December 5, 2025 অসম গ্ৰন্থমেলা,শিলচৰত আলোচনা সত্ৰ ,ঐতিহাসিক চলচ্চিত্ৰ আৰু ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত ইয়াৰ প্ৰাসংগিকতা । Assam Book Fair 2025 দৈনন্দিন বাৰ্তা - December 4, 2025