Breaking

বিশিষ্ট অভিনেত্ৰী তথা পত্নী আইমী বৰুৱাৰ লগতে মাতৃ আৰু শাহুৱেকক লগত লৈ মন্ত্ৰী পীয়ূষ হাজৰীকাই সাব্যস্ত কৰিলে ভোটদান…

0 18

বিশিষ্ট অভিনেত্ৰী তথা পত্নী আইমী বৰুৱাৰ লগতে মাতৃ আৰু শাহুৱেকক লগত লৈ মন্ত্ৰী পীয়ূষ হাজৰীকাই সাব্যস্ত কৰিলে ভোটদান। সুস্থ গণতন্ত্ৰ তথা বিকশিত অসম, বিকশিত ভাৰতৰ অনিৰুদ্ধ যাত্ৰা অব্যাহত থকাৰ স্বাৰ্থত পৰিয়ালৰ সৈতে আজি মৰাকলং প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে মন্ত্ৰীগৰাকীয়ে।

সকলোকে গণতান্ত্ৰিক কৰ্তব্য পালন কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ অনন্য যাত্ৰাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈও মন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনায়।

Leave A Reply