April 29, 2024 যোৰহাটত ‘লাহন গেঙ’ৰ দুই সদস্যক আটক… Share FacebookTwitterWhatsAppTelegramKooEmail যোৰহাটত ‘লাহন গেঙ’ৰ দুই সদস্যক আটক। যোৰহাটৰ মেলেং কপাহধৰাত সংঘটিত ধন দাবীৰ ঘটনা। ব্যৱসায়ী পুলিন মহন্তক প্ৰথমে ৫ লাখ টকা দাবী। তাৰ পাছত প্ৰতিখন ডাম্পাৰৰ পৰা ৩০০ টকাকৈ দাবী। ধন নিদিয়া বাবে ব্যৱসায়ীজনৰ ৪ খন ডাম্পাৰ জব্দ গুণ্ডা বাহিনীৰ। Author: দৈনন্দিন বাৰ্তা Related Articles ৬ দিনতেই ১০ লাখৰো অধিক লোকৰ অংশগ্ৰহণেৰে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’; অসমজুৰি ধ্বনি— “আহিছে আহিছে হিমন্ত আহিছে” । CMO ASSAM দৈনন্দিন বাৰ্তা - March 7, 2026 গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন দৈনন্দিন বাৰ্তা - February 25, 2026 উজনি অসমত এইবাৰ ৰাজ-মিস্ত্ৰীৰ ৰূপত মিঞা চোৰ দৈনন্দিন বাৰ্তা - February 25, 2026