জনসাধাৰণক পণবন্দী কৰি ৰঙিয়া হাইৱে চ’কত সম্পূৰ্ণ অবৈধ ভাৱে বাছ ৰখাৰ বাবেই ৰঙিয়াৰ ৰাইজে খাইছে জ্বলা কলা।

উল্লেখযোগ্য যে এই স্থানৰ ওচৰে পাজৰে আছে ভালে সংখ্যক শিক্ষানুষ্ঠান ইয়াত সংঘটিত যান যতৰ বাবেই তীব্ৰ সমস্যাৰ সন্মুখীন হৈ আহিছে উক্ত ছাত্ৰ ছাত্ৰী সকলৰ লগতে সাধাৰণ ৰাইজ ।

ইয়াৰ অন্তৰালত পুলিচ প্ৰশাসনৰ হাত থকা বুলি সন্দেহ সচেতন মহলৰ।