Breaking

হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাথাকিব কোনোধৰণৰ স্থান ! শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ ঘোষণা…

0 70

‘এতিয়াৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাথাকিব কোনোধৰণৰ স্থান।

মেট্ৰিকত স্থান পালে IITতো এডমিছন নিদিয়ে। স্থানৰ কোনো গুৰুত্ব নাই। স্থান অসমতহে সামাজিকভাৱে স্বীকৃত।

ভাৰতবৰ্ষ বা পৃথিৱীৰ কোনো শিক্ষানুষ্ঠানে স্থান পোৱাটোক স্বীকৃতি নিদিয়ে’। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ ঘোষণা।

Leave A Reply