September 7, 2023 আগন্তুক তিনি চাৰি দিনলৈ হ’ব ভয়ংকৰ ধুমুহা-বৰষুণ… Share FacebookTwitterWhatsAppTelegramKooEmail ৰাজ্যৰ ঠায়ে ঠায়ে গৰমে দহিছে ৰাইজক। আনফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে লৈছে সংহাৰী ৰূপ। ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। আগন্তুক তিনি চাৰি দিনলৈ হ’ব ভয়ংকৰ ধুমুহা-বৰষুণ। অসমৰ সকলো জিলালৈ বৰষুণৰ এলাৰ্ট। Author: দৈনন্দিন বাৰ্তা Related Articles HSLC result 2026: ১০ এপ্ৰিলত ঘোষণা হ’ব পাৰে মেট্ৰিকৰ ফলাফল দৈনন্দিন বাৰ্তা - March 29, 2026 Mallikarjun Kharge: আজি অসমলৈ আহিব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে দৈনন্দিন বাৰ্তা - March 29, 2026 আজি লখিমপুৰত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৈনন্দিন বাৰ্তা - March 27, 2026