Breaking

এইবাৰো বিহু কমিটীক ১,৫০,০০০ টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে, কিন্তু সকলোৱে নাপায়; কোনবোৰ বিহু কমিটীয়ে লাভ কৰিব এই সুবিধা?

0 69

সংবাদমেলত আগন্তুক বিহু সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

পূৰ্বৰ বাৰৰ দৰে এইবাৰো বিহু কমিটীক ১,৫০,০০০ টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে।

১০ বছৰ পুৰণি প্ৰতিখন বিহু কমিটীয়ে লাভ কৰিব ডেৰ লাখকৈ টকা।

এমাহৰ ভিতৰত বিহু পতা কমিটীয়ে লাভ কৰিব ৰাজ্য চৰকাৰৰ এই ধন।

১৪ মে’ৰ পাছত বিহুৰ অনুষ্ঠান পাতিলে এই ধন নাপাব বিহু কমিটীসমূহে।

এই ধন লাভৰ বাবে বিহু কমিটীসমূহে আবেদন কৰিব লাগিব জিলা উপায়ুক্তক।

লগতে এই সন্দৰ্ভত শীঘ্ৰেই নিৰ্দেশনা প্ৰকাশ পাব বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

Leave A Reply