গছপুলিৰ বাবে পূৰ্বে পঞ্জীয়ন কৰাসকলে নৱীকৰণ পঞ্জীয়ন কৰিব পাৰিব : বিশেষ মুখ্য সচিব এম কে যাদৱ…

বিশেষ মুখ্য সচিব এম কে যাদৱ–

https://aba.assam.gov.in পৰ্টেলত নতুনকৈ পঞ্জীয়ন কৰিব পাৰিব। পূৰ্বে পঞ্জীয়ন কৰাসকলে নৱীকৰণ পঞ্জীয়ন কৰিব পাৰিব।

আশা, অঙ্গনবাড়ী, আত্মসহায়ক গোট, শিক্ষানুষ্ঠান, কৃষক, এন জি অ’, ক্ষুদ্ৰ চাহ খেতিয়ক আদিৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ন কৰা হ’ব।

১-১৫ আগষ্টৰ ভিতৰত সকলোৱে গছপুলিৰ সৈতে ফটো আপলোড কৰিব পাৰিব।

প্ৰতিখন জিলাৰ বাবে সুকীয়া সুকীয়াকৈ সাজু কৰা হৈছে এপ। সেই এপতে জিলাভত্তিক আপলোড কৰিব পাৰিব ৰাইজে।

Related Articles