Breaking

নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম…

0 28

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৌল-দেৱালয়, মঠ-মন্দিৰত পুৱাৰে পৰা দেৱাদিদেৱ শিৱক আৰধনা কৰিবলৈ পুৱাই ওলাই আহিছে ভক্ত। ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ লগতে নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰতো দেখা গৈছে ভক্তৰ ভিৰ।

পুৱাই নাজিৰা অগ্নিনাভ শিৱমন্দিৰলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দূৰ-দূৰণিৰ ভক্ত আহি ধূপ, দ্বীপ, নবৈদ্য আগবঢ়াই দেৱাদিদেৱ শিৱক আৰধনা কৰিছে। ডিজিটেল শিৱ মন্দিৰ হিচাপে খ্যাত এই শিৱ মন্দিৰত তিনিদিনীয়াকৈ এইবাৰ মহাশিৱৰাত্ৰি অনুষ্ঠিত হৈছে ।

Leave A Reply