Breaking

বঙাইগাঁৱৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত কাছাৰপেটী গাঁও পঞ্চায়তত হাজাৰ হাজাৰ হেক্টৰ ধান মৰাপাটৰ খেতি নষ্ট

0 1,032

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত কাছাৰপেটী গাঁও পঞ্চায়তত হাজাৰ হাজাৰ হেক্টৰ ধান মৰাপাট খেতি নষ্ট হ’ব ধৰিছে।নেৰানেপেৰা বৰষুণৰ বাবে পানী ওলাব নোৱাৰাৰ বাবে পকিবলৈ ধৰা ধাননি পথাৰ পানীত ডুৱ গৈছে।উপায়হীন হৈ কৃষকে কেচাঁ ধান চহাবলৈ বাধ্য হৈছে।আনকি বহু পথাৰত ধান কাটিব লৈ ব্যৱস্থা নাই। ফলত গেলিব পচিব ধৰিছে। গোটেই বছৰৰ বাবে কেনেকৈ পাৰ কৰিব তাৰে চিন্তাত পৰিছে কৃষকে। প্ৰতি বিঘা খেতি কৰিবলৈ ৭/৮ হাজাৰ কৈ টকা খৰচ হয়।

কৃষিবিভাগক সহায় কৰিব লৈ কৃষকে দাবী জনাইছে।

Leave A Reply