Breaking

লাখপতি বাইদেউৰ প্ৰ-পত্ৰ ল’বলৈ হাজাৰ হাজাৰ মহিলা…

0 35

দেৰগাঁৱত লাখপতি বাইদেউৰ প্ৰ-পত্ৰ বিতৰণ কাৰ্য্যসূচী। প্ৰ-পত্ৰ ল’বলৈ আত্মসহায়ক গোটৰ মহিলাৰ ভিৰ পৌৰসভাত। দেৰগাঁৱৰ পৌৰসভাত বিতৰন কৰা হৈছে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অথবা লাখপতি বাইদেউ আচঁনিৰ প্ৰ-পত্ৰ।


দেৰগাঁৱৰ পৌৰসভাৰ সমীপৰ নৰেন শৰ্মা পথাৰৰ অস্থায়ী কাৰ্য্যালয়ত পুৱাৰে পৰা দেখা গ’ল ব্যাপক ভীৰ। আত্মসহায়ক গোটৰ শ শ মহিলাই প্ৰ-পত্ৰ সংগ্ৰহ কৰিবলৈ আহি সৃষ্টি কৰিলে এক উৎসৱমুখৰ পৰিৱেশ। কেইবাখনো টেবুলত কাউন্টাৰ স্থাপন কৰি বিতৰন কৰা হয় প্ৰ-পত্ৰ সমুহ। প্ৰ- পত্ৰ সংগ্ৰহ কৰি আনন্দিত হৈ পৰিল মহিলাসকল।

Leave A Reply