December 17, 2023 জালুকবাৰী আৰক্ষীৰ জালত তিনিটা বাইক চোৰ Share FacebookTwitterWhatsAppTelegramKooEmail জালুকবাৰী আৰক্ষীৰ জালত তিনিটা বাইক চোৰ৷ ভঙাগড়ৰ সুমন দাস, সোণাইঘুলিৰ বাবু নেওগ, নালাপাৰাৰ পদুম বাহাদুৰ চেত্ৰী নামৰ বাইক চোৰ তিনিটাক আটক৷ শৰাইঘাট দলঙত তালাচীৰ সময়তে আটক চোৰকেইটাক৷ Author: দৈনন্দিন বাৰ্তা Related Articles দলঙত পত্নীৰ জন্মদিন পাতি গ্ৰেপ্তাৰ ব্যৱসায়ী দৈনন্দিন বাৰ্তা - June 23, 2026 জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণত অনিশ্চয়তা দৈনন্দিন বাৰ্তা - June 23, 2026 ডুবাই, আবু ধাবিলৈ গুৱাহাটীৰ পৰা পোনপটীয়া ফ্লাইট দৈনন্দিন বাৰ্তা - June 23, 2026