- ড্রাগছ সেৱনকাৰীৰ বিৰুদ্ধে অইল নিৰাপত্তাৰক্ষীৰ অভিযান
- অইলৰ আৱাসিক অঞ্চলৰ পৰা আটক তিনি ড্রাগছ সেৱনকাৰীক

- আটক বিতু দৰ্জী, দ্বীপ চেত্রী, সুৰেনজিৎ কলিতা
- ড্রাগছ সেৱনকাৰীকেইটাৰ পৰা উদ্ধাৰ বুজন পৰিমাণৰ ড্রাগছ

- ড্রাগছ সেৱনকাৰীকেইটাক দুলীয়াজান আৰক্ষীক চমজাই দিয়ে