August 28, 2024 ধিঙৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে ৩ খনকৈ এজাহাৰ দাখিল… Share FacebookTwitterWhatsAppTelegramKooEmail ধিঙৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে এজাহাৰ। ধিং থানাত ৩ খনকৈ এজাহাৰ দাখিল বিধায়কগৰাকীৰ বিৰুদ্ধে। ধিং আঞ্চলিক ছাত্ৰ সন্থা, নাৰী সুৰক্ষা সমিতিয়ে দাখিল কৰে এজাহাৰ। বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে অশালীন মন্তব্যৰ অভিযোগ Related Articles Akhil Gogoi অখিল গগৈৰ গুৰুতৰ আৰোপঃ মন্ত্রী জয়ন্ত মল্লবৰুৱাই বেদখল কৰিছে ৮৫ বিঘা চৰকাৰী ভূমি দৈনন্দিন বাৰ্তা - July 4, 2025 Himanta Biswa Sarma:ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব BTC নিৰ্বাচন, পূজাৰ পূৰ্বেই ঘোষণা হ’ব ফলাফল দৈনন্দিন বাৰ্তা - July 3, 2025 Dulu Ahmed:পংকজ পাঠকৰ ওপৰত ‘মিথ্যাচাৰৰ’ অভিযোগ দুলু আহমেদৰ দৈনন্দিন বাৰ্তা - July 3, 2025