August 28, 2024 ধিঙৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে ৩ খনকৈ এজাহাৰ দাখিল… Share FacebookTwitterWhatsAppTelegramKooEmail ধিঙৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে এজাহাৰ। ধিং থানাত ৩ খনকৈ এজাহাৰ দাখিল বিধায়কগৰাকীৰ বিৰুদ্ধে। ধিং আঞ্চলিক ছাত্ৰ সন্থা, নাৰী সুৰক্ষা সমিতিয়ে দাখিল কৰে এজাহাৰ। বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে অশালীন মন্তব্যৰ অভিযোগ Author: দৈনন্দিন বাৰ্তা Related Articles আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকঃ বৈঠকৰ অন্তত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ দৈনন্দিন বাৰ্তা - May 13, 2026 আজি ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক দৈনন্দিন বাৰ্তা - May 13, 2026 দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৈনন্দিন বাৰ্তা - May 12, 2026