April 16, 2024 ধুবুৰীৰ গৌৰীপুৰত পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এগৰাকী যুৱতীসহ তিনিজন যুৱক… Share FacebookTwitterWhatsAppTelegramKooEmail ধুবুৰীৰ গৌৰীপুৰত পুৱতিনিশা ভয়ংকৰ পথ দুৰ্ঘটনা। নিহত এগৰাকী যুৱতীসহ তিনিজন যুৱক। নিহত বাহনখনৰ চালক ছাহিল আহমেদ, সাহিদ খন্দকাৰ আৰু নুৰ আমিন। এতিয়ালৈ উদ্ধাৰ হোৱা নাই যুৱতীগৰাকীৰ পৰিচয়। Author: দৈনন্দিন বাৰ্তা Related Articles যোৰহাট জিলাত কি হ’ব ৰাজনৈতিক সমীকৰণ : নৱ প্ৰজন্মক বিছাৰিছে ভোটাৰে দৈনন্দিন বাৰ্তা - January 28, 2026 কংগ্ৰেছ নেতাৰ ছত্ৰছায়াত লখিমপুৰত বাংলাদেশী নাগৰিকৰ আগ্ৰাসনৰ অভিযোগ দৈনন্দিন বাৰ্তা - January 24, 2026 মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে, সকলো আদালতত ক’মঃ শিখা শৰ্মা দৈনন্দিন বাৰ্তা - January 21, 2026