Breaking

আমেৰিকাৰ থিয়েটাৰত ৯৮ ছেকেণ্ডত বিক্ৰী শেষ হৈ গ’ল ‘আৰ আৰ আৰ’ৰ টিকট…

0 61

বিয়ণ্ড ফেষ্টৰ পদক্ষেপৰ অংশ হিচাপে লছ এঞ্জেলছৰ চাইনিজ থিয়েটাৰত প্ৰদৰ্শিত ‘আৰ আৰ আৰ’ৰ টিকট ৯৮ ছেকেণ্ডত বিক্ৰী হৈ যায়।

বিয়ণ্ড ফেষ্টৰ অফিচিয়েল টুইটাৰ হেণ্ডেলে এই খবৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে।

ভাৰতীয় ছবিৰ বাবে এনেকুৱা আগতে কেতিয়াও হোৱা নাছিল বুলি বিয়ণ্ড ফেষ্টে প্ৰকাশ কৰিছে, যিয়ে ইয়াক “ঐতিহাসিক” বুলি অভিহিত কৰিছে।

Leave A Reply