February 10, 2024 টেঙাখাতত বাঘৰ পোৱালি উদ্ধাৰ Share FacebookTwitterWhatsAppTelegramKooEmail টেঙাখাত আৰক্ষী থানাৰ অন্তৰ্গত বায়নচুক গাঁৱত উদ্ধাৰ দুটা বাঘৰ পোৱালি। এটা মৃত আৰু আনটো জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়। উল্লেখ্য যে কিছুদিন পূৰ্বে উদ্ধাৰ হৈছিল এজনী মৃত বাঘ৷ ৰাইজৰ সন্ধেহ মৃত বাঘজনীৰ পোৱালি উদ্ধাৰ হোৱা বাঘ দুটা ৷ -ব্ৰজেন গগৈ,টেঙাখাত Author: দৈনন্দিন বাৰ্তা Related Articles জুবিন হত্যাৰ গোচৰত আদালতত হাজিৰ হ’ব লাগিব সৃজনী ভাস্ব মহন্ত দৈনন্দিন বাৰ্তা - August 26, 2026 মানসজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্তঃ গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ৰাওনা ফৰেণছিকৰ দল দৈনন্দিন বাৰ্তা - August 26, 2026 ঘৰৰ টকা, সোণ চুৰ কৰি মোক ধন দিয়া বুলি মই জনা নাছিলোঁঃ য়শৰ GIRLFRIENDৰ বিস্ফোৰণ দৈনন্দিন বাৰ্তা - August 26, 2026