Breaking

এই পি এচ চিত স্থান লাভ কৰাসীমা দেবী ইয়েনক টি,এম,পি,কে,ৰ অভিনন্দন

0 2,027

সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত উজলি উঠা সীমা দেবী ইয়েনক সদৌ মিচিং ছাত্ৰ সন্থা চমুকৈ টি,এম,পি,কে,ৰ তৰফৰ পৰা অলপতে অভিনন্দন জ্ঞাপন কৰা হয়। কৰ্ম সুত্ৰে যোৰহাট নগৰৰ বাসিন্দা তথা তেল আৰু প্ৰাকৃতিক গেছ আ‌য়োগৰ বিষয়া ঘনকান্ত ইয়েন আৰু মিনতি ইয়েনৰ কন্যা সীমা দেবী ইয়েনৰ সফলতাৰ বাবে জনোৱা অভিনন্দনৰ কাৰ্যসূচীত সদৌ মিচিং ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ সভাপতি প্ৰফুল্ল মিচং , বাঁহফলাস্থিত শ্ৰী শ্ৰী বিষ্ণু দেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা ৰঙিলী দলেকে ধৰি কেইবা গৰাকীও গন্য মান্য লোক উপস্থিত থাকে। এই অনুষ্ঠানত উপস্থিত সকলোৱেই সীমা দেবী ইয়েনক নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই যাবৰ বাবে আহ্বান জনায়।মোঃ ৯৮৫৯৮২৫৩৬৬

Leave A Reply