April 13, 2022 আজি অসমীয়াৰ হেঁপাহৰ ব’হাগ বিহুৰ উৰুকা Share FacebookTwitterWhatsAppTelegramKooEmail আজি অসমীয়াৰ হেঁপাহৰ ব’হাগ বিহুৰ উৰুকা। ৰাতিপুৱাই শ শ মৰিগঞাঁ চহা ৰাইজ ওলাই আহিল কৰদৈ বিলত সমূহীয়াকৈ মাছ মাৰিবলৈ।ব’হাগ বিহুৰ উৰুকা দিনাই মৰিগাঁও জিলাৰ শ শ চহা ৰাইজ ওলাই আহিল গোনামাৰাৰ কৰদৈ বিলত সমূহীয়াকৈ মাছ মাৰিবলৈ। Author: দৈনন্দিন বাৰ্তা Related Articles টোল প্লাজাত নতুন নিয়মঃ আজিৰে পৰা টোল প্লাজাত নগদ লেনদেন বন্ধ দৈনন্দিন বাৰ্তা - April 1, 2026 ইন্ধনৰ সংকটৰ মাজতে পুনৰ বাণিজ্যিক ৰন্ধন গেছৰ মূল্য বৃদ্ধি দৈনন্দিন বাৰ্তা - April 1, 2026 আজি অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ দৈনন্দিন বাৰ্তা - April 1, 2026