Breaking

আজি অসম আৰক্ষী দিৱস

0 90

আজি অসম আৰক্ষী দিৱস। আৰক্ষীৰ বাবে এটা বিশেষ উল্লেখযোগ্য দিন । ৰাজ্যৰ অন্যান্য জিলাৰ লগতে কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ উদ্যোগত উত্তৰ গুৱাহাটী অভয়পুৰস্থিত আৰক্ষী ছাউনীত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয় ।

অসম আৰক্ষীৰ পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কামৰূপ আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰায়ে । আৰক্ষী জোৱানৰ অভিবাদনো গ্ৰহণ কৰে অধীক্ষকজনে । অনুষ্ঠানৰ লগত সংগতি ৰাখি ৪ গৰাকী অৱসৰপ্ৰাপ্ত DSP ক সম্বৰ্দ্ধনা জনোৱা হয় ।

Leave A Reply