March 31, 2024 আজি ৩১ মাৰ্চ ! যান-বাহনৰ কৰ পৰিশোধ নকৰা লোকসকলক কৰ পৰিশোধৰ নিৰ্দেশ… Share FacebookTwitterWhatsAppTelegramKooEmail আজি ৩১ মাৰ্চ। ২০২৩-২৪ বিত্তীয় বৰ্ষৰ আজি অন্তিম দিন। আজিও খোলা থাকিব পৰিবহণ বিষয়াৰ কাৰ্যালয়। যান-বাহনৰ নথি-পত্ৰ নবীকৰণৰ সুবিধাৰ্থে খোলা থাকিব কাৰ্যালয়। যান-বাহনৰ কৰ পৰিশোধ নকৰা লোকসকলক কৰ পৰিশোধৰ নিৰ্দেশ। Author: দৈনন্দিন বাৰ্তা Related Articles ১৬আৰু ১৭ তাৰিখে প্ৰাৰ্থী ঘোষণা কৰিব দলে ৰাইজে চিন্তা কৰিব নালাগে ৰংখাংঙত আছোঁ = ড° তুলিৰাম ৰংহাং দৈনন্দিন বাৰ্তা - March 13, 2026 মৰিয়নিত ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে ৰাইজৰ দলৰ প্ৰাৰ্থী ড° জ্ঞানশ্ৰী বৰা দৈনন্দিন বাৰ্তা - March 11, 2026 যোৰহাটত ১,৪৮,২৮০ জন ভোটাৰে নিৰ্ণয় কৰিব গৌৰৱ গগৈৰ ভাগ্য । কোন হ’ব বিজেপিৰ প্ৰাৰ্থী ? সৰৱ আলোচনা সমষ্টিত । Gaurav Gogoi দৈনন্দিন বাৰ্তা - March 11, 2026