আজি মাতৃ দিৱস, প্ৰতিগৰাকী মাতৃলৈ মাতৃ দিৱসৰ শুভেচ্ছা…

আজি মাতৃ দিৱস, প্ৰতিগৰাকী মাতৃলৈ মাতৃ দিৱসৰ শুভেচ্ছা।

‘মা’ কেৱল এটা শব্দই নহয়, মা শব্দটোত এক বুজাব নোৱাৰা আৱেগ আছে। ‘মা’ যেন ঘৰখনৰ সকলো সুখ। মা অবিহনে কল্পনা কৰিব নোৱাৰি এই জীৱন। প্ৰতিবছৰে বিশ্বই পালন কৰি আহিছে মাতৃ দিৱস।  আজি ১২ মে’, মাতৃ দিৱস। প্ৰতি বছৰৰ মে’  মাহৰ দ্বিতীয়টো দেওবাৰে এই দিৱস পালন কৰা হয়।

Related Articles