চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু দিচাংপানীবাসী ৰাইজৰ সহযোগত ছাই ফা পূজা আজি অনুষ্ঠিত কৰা হয়।উপস্থিত থাকে টাই আহোম য়ুথ ফৰাম ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চাও বিশ্বজিৎ গগৈ , কাৰ্যকৰী সভাপতি চাও গণেশ গগৈ , সম্পাদক অম্লানজ্যোতি হাতিবৰুৱা লগতে উদযাপন সমিতিৰ সভাপতি চাও সুৰেণ বৰুৱা, কাৰ্যকৰী সভাপতি চাও মণিদ্বীপ মহন , যুটীয়া সম্পাদক ক্ৰমে চাও দ্বীপজ্যোতি বৰা, চাও কুমকুম ফুকন আৰু দিচাংপানী বাসী ৰাইজ উপস্থিত থাকে।

