আজি শ্বাহৰুখৰ তনয়া সুহানা খানৰ জন্মদিন। শৈশৱত পিতৃৰ জনপ্ৰিয়তাক ভাল পোৱা নাছিল সুহানা খানে…

জনপ্ৰিয় তাৰকা শ্বাহৰুখ খানৰ কন্যা সুহানা খানৰ আজি জন্মদিন। ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ দুহিতা সুহানা খানৰ ইণ্ডাষ্ট্ৰীত ভৰি দিয়াৰ পূৰ্বেই বিপুল অনুৰাগীৰ ফ’ল’ৱাৰ আছে। জন্মদিন উদযাপন কৰা সুহানাই এইবাৰ অভিনয় জগতত ভৰি দিবলৈ ওলাইছে জয়া আখতাৰৰ ৱেব ছিৰিজ ‘দ্য আৰ্চিজ’ৰ জৰিয়তে। কিছুদিনৰ পৰা লাইমলাইটত থকা সুহানাই এসময়ত দেউতাকৰ জনপ্ৰিয়তাৰ এটা কথাই সুহানাক বহুত আমনি কৰিছিল। পিতৃৰ জনপ্ৰিয়তাক ঘৃণা কৰিছিল সুহনাই। ২০১৮ চনত এক সাক্ষাৎকাৰত চুহানাই কৈছিল, ‘আমাৰ জীৱনটো বাকীবোৰতকৈ বেলেগ বুলি মই অনুভৱ কৰোঁ। মই কেতিয়াও ভবা নাছিলো যে মোৰ দেউতা ইমান জনপ্ৰিয়।

শ্বাহৰুখ খানৰ কন্য়া সুহানা খানে জন্মদিন উপলক্ষে পিতৃ আৰু ভাতৃৰ সৈতে শিশুকালৰ ফটো শ্বেয়াৰ কৰিছে।

Related Articles