May 17, 2024 আজি পৰাগ কুমাৰ দাসৰ ২৯ সংখ্যক মৃত্যুবাৰ্ষিকী… Share FacebookTwitterWhatsAppTelegramKooEmail আজি পৰাগ কুমাৰ দাসৰ ২৯ সংখ্যক মৃত্যুবাৰ্ষিকী। অজস্ৰ গুণমুগ্ধই আজি তেওঁৰ মৃত্যু বাৰ্ষিকীত সুঁৱৰিব বলিষ্ঠ সাংবাদিকগৰাকীক। অসমীয়াৰ স্বাভিমানৰ হকে যুজঁ দি মৃত্যুবৰণ কৰা পৰাগ কুমাৰ দাসৰ ২৮বছৰে চিনাক্ত নহ’ল ঘাতক। Author: দৈনন্দিন বাৰ্তা Related Articles কাইলৈ দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট, ৰাইজৰ আশা পূৰণৰ প্ৰতিশ্ৰুতি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ দৈনন্দিন বাৰ্তা - July 9, 2026 প্ৰদান কৰা হ’ল ৰসেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয়া বঁটা ২০২৬ঃ শংকৰদেৱ কলাক্ষেত্ৰত সংগীত সত্ৰৰ বাৰ্ষিক নৃত্য-গীতৰ উৎসৱ দৈনন্দিন বাৰ্তা - July 9, 2026 মহানগৰীৰ বালাজী মন্দিৰত চুৰিৰ ঘটনা… দৈনন্দিন বাৰ্তা - July 9, 2026