আজি দেশৰ ৭৭সংখ্যক স্বাধীনতা দিৱসৰ গৌৰৱৰ ক্ষণত সকলোলৈকে আন্তৰিক শুভেচ্ছা জনাইছোঁ।
দেশৰ চাৰিওফালে উৰিছে ৰাষ্ট্ৰীয় পতাকা। লালকিল্লাত দশমবাৰৰ বাবে ত্ৰিৰংগা উৰুৱাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
আনহাতে অসমতো স্বাধীনতা দিৱসৰ আয়োজন। খানাপাৰাত ৰাষ্ট্ৰীয় পতাকা উৰুৱাব অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
স্বাধীনতা দিৱসৰ উপলক্ষে দেশৰ প্ৰান্তে প্ৰান্তে বিশাল আয়োজন।

