১৯২৬ চনৰ ৮ ছেপ্তেম্বৰ অৰ্থাৎ আজি দিনটোতে অসমৰ জাতীয় জীৱনৰ মহীৰূহ ড০ ভূপেন হাজৰিকা দেৱৰ ৯৬ সংখ্যক জন্মবাৰ্ষিকী।তেওঁ একেৰাহে গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল।

তেখেতৰ জন্মদিনত জনপ্ৰিয় গুগলেও সুধাকন্ঠ গৰাকীক সুৱঁৰিলে।