আজি অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ওপজা দিন…

আজি অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ওপজা দিন।

১৮৯০ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ৰাজনীতিবিদ তথা ভাৰতীয় স্বাধীনতা কৰ্মীগৰাকীৰ।

অসম আৰু অসমীয়াৰ প্ৰতি তেখেতৰ অৱদানৰ বাবে সেই সময়ৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে তেখেতক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিল।

Related Articles