June 1, 2024 আজি লোকসভা নিৰ্বাচনৰ অন্তিম তথা সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ… Share FacebookTwitterWhatsAppTelegramKooEmail আজি লোকসভা নিৰ্বাচনৰ অন্তিম তথা সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ। ৮ ৰাজ্যৰ ৫৭ টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। EVMত বন্দী হ’ব ৯০৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ৪ জুনত ঘোষণা হ’ব লোকসভা নিৰ্বাচনৰ ফলাফল। Author: দৈনন্দিন বাৰ্তা Related Articles তিৱা–ৰাভা–মিচিং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক স্বীকৃতিৰ দিশে অগ্ৰগতি, কেন্দ্ৰৰ সৈতে আলোচনাৰ আশ্বাস দিলে গৃহমন্ত্ৰী অমিত শ্বাহে দৈনন্দিন বাৰ্তা - December 26, 2025 Jayanta Das: দলীয় প্ৰাৰ্থী ঘোষণা হোৱাই নাই, ভোট বিচাৰি দিছপুৰ সমষ্টিৰ ঘৰে ঘৰে বিজেপি নেতা জয়ন্ত দাস দৈনন্দিন বাৰ্তা - December 26, 2025 BJP: আজিৰে পৰা ৰাজ্যিক বিজেপিৰ দুদিনীয়া কাৰ্যনিৰ্বাহক বৈঠক দৈনন্দিন বাৰ্তা - December 26, 2025