আজি বর্ষাপাৰাত IPL ২০২৪ৰ অন্তিমখন লীগ মেচ, বৰষুণে বিঘিনি ঘটাব নেকি মেচত! ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা…

আজি বর্ষাপাৰাত IPL ২০২৪ৰ অন্তিমখন লীগ মেচ।

ঘৰুৱা দল ৰাজস্থান ৰয়েলছৰে মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ।

সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’ব খেল।

কিন্তু মেচত বৰষুণে বিঘিনি ঘটাব নেকি!

কিয়নো আজি ৰাজ্যত হালধীয়া সতৰ্কবাণী  জাৰি কৰিছে  বতৰ বিজ্ঞান বিভাগে।

আনহাতে কেইবাখনো জিলাত ঘন্টাত ৩০-৪০ কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আছে।

Related Articles