June 23, 2024 অম্বুবাচী মেলাৰ দ্বিতীয়টো দিন, ভিন্ন প্ৰান্তৰ সাধু-সন্ন্যাসীৰে ভৰি পৰিছে কামাখ্যা… Share FacebookTwitterWhatsAppTelegramKooEmail আজি শক্তিপীঠ কামাখ্যাত অম্বুবাচী মহাযোগৰ দ্বিতীয়টো দিন৷ উখল-মাখলৰ পৰিৱেশ নিলাচলৰ বুকুত। ভিন্ন প্ৰান্তৰ সাধু-সন্ন্যাসীৰে ভৰি পৰিছে কামাখ্যা। ২৬ জুনৰ পুৱালৈ বন্ধ থাকিব মন্দিৰৰ মূল দুৱাৰ৷ Author: দৈনন্দিন বাৰ্তা Related Articles Roti and Rice: সাৱধান! ৰুটি আৰু ভাত একেলগে খাই নেকি? দৈনন্দিন বাৰ্তা - July 27, 2025 Biswanath News: অসম সাহিত্য সেৱা মঞ্চৰ দ্বিতীয় দ্বি-বাষিক অধিৱেশন সম্পন্নঃ বিশ্বনাথত ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাক সম্বৰ্ধনা দৈনন্দিন বাৰ্তা - July 27, 2025 শিৱসাগৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ পঞ্চবিংশ তম প্রতিষ্ঠা দিৱস । সংবাদজ্যোতি বঁটা প্রাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক উৎপল বৰালৈ । Sivasagar দৈনন্দিন বাৰ্তা - July 26, 2025