June 23, 2024 অম্বুবাচী মেলাৰ দ্বিতীয়টো দিন, ভিন্ন প্ৰান্তৰ সাধু-সন্ন্যাসীৰে ভৰি পৰিছে কামাখ্যা… Share FacebookTwitterWhatsAppTelegramKooEmail আজি শক্তিপীঠ কামাখ্যাত অম্বুবাচী মহাযোগৰ দ্বিতীয়টো দিন৷ উখল-মাখলৰ পৰিৱেশ নিলাচলৰ বুকুত। ভিন্ন প্ৰান্তৰ সাধু-সন্ন্যাসীৰে ভৰি পৰিছে কামাখ্যা। ২৬ জুনৰ পুৱালৈ বন্ধ থাকিব মন্দিৰৰ মূল দুৱাৰ৷ Author: দৈনন্দিন বাৰ্তা Related Articles চৰকাৰৰ অনুমতি অবিহনেই আৰম্ভ কৰিব পাৰিব ক্ষুদ্ৰ উদ্যোগ দৈনন্দিন বাৰ্তা - July 6, 2026 আজিৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন দৈনন্দিন বাৰ্তা - July 6, 2026 এসপ্তাহৰ বাবে স্থগিত জুবিন হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন বাৰ্তা - July 6, 2026